কাছাৰত শোকাৱহ পথ দুৰ্ঘটন ! থিতাতে নিহত টেট শিক্ষক

0
206

 

 

কাছাৰত শোকাৱহ পথ দুৰ্ঘটন ! থিতাতে নিহত টেট শিক্ষক

সোমবাৰৰ নিশা কাছাৰৰ নতুন বজাৰত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰান হেৰুৱালে কৰিমগঞ্জৰ ৰিতুৰাজ ওৰফে ৰতন শৰ্মা নামৰ এগৰাকী তৰুণ প্ৰতিভাসম্পন্ন টেট শিক্ষকে ।শিক্ষক জনক অন্তিম দৰ্শনৰ বাবে গাৱৰ অসংখ লোকে ভিৰ কৰে । সোমৰাৰে  আলহীৰ ঘৰত যোৱাৰ সময়ত কাছাৰৰ নতুন বজাৰ এলেকাত মাৰুতি ভান আৰু মেজিক ট্ৰাকৰ মাজত সংঘষ হয় ।

এই দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছিল টেট শিক্ষক ৰতন শৰ্মাৰ । ঘটনাত উভয় বাহনৰ পাঁচ জন যাত্ৰী গুৰতৰ আহত হৈছিল । আহত সকলক চিকিতসাৰ বাবে শিলচৰ মেডিকেল কলেজ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে যদিও আতাইকেইজনৰ অবস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

তপন কুমাৰ ৰয়,কৰিমগঞ্জ , Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here