Monday, November 28, 2022
HomeAssameseকাকপথাৰ টঙনাত আৰক্ষীৰ এনকাউন্টাৰত নিহত ড্ৰাগছ পেডলাৰ

কাকপথাৰ টঙনাত আৰক্ষীৰ এনকাউন্টাৰত নিহত ড্ৰাগছ পেডলাৰ

কাকপথাৰ টঙনাত আৰক্ষীৰ এনকাউন্টাৰত নিহত ড্ৰাগছ পেডলাৰ

তিনিচুকীয়া জিলাৰ কাকপথাৰ টঙনাত আৰক্ষীৰ এনকাউনটাৰ একাউণ্টাৰত এগৰাকী ড্ৰাগছ মাফিয়া থিতাতে নিহত

কাকপথাৰ চেঙাপথাৰত ড্ৰাগছ পেডেলাৰক গুলীয়াই হত্যা কৰা ঘটনাই তীব্ৰ চঞ্চল্য সৃষ্টি কৰিছে অঞ্চল টোত।

নিহত লোক গৰাকীৰ নাম ওৱনৰ বিনোদ মৰাণ(৩২) বুলি জানিব পৰা গৈছে । টঙনা আৰক্ষীয়ে তিনিচুকীয়া আৰক্ষীৰ সহযোগত গুলীয়াই হত্যা কৰে ড্ৰাগছ পেডলাৰ গৰাকীক ।

আনহাতে পৰিয়ালৰ লোকৰ মন্তব্য অনুসৰি

বিনোড মৰানে ড্ৰাগছ সেৱন কৰিছিল সত্য কিন্তু ড্ৰাগছ মাফিয়া বা বিক্ৰী কৰা লোক নাছিল ।

ঘটনাৰ উচিত তদন্ত কৰিবলৈ পুলিচ প্ৰশাসনক আহ্বান জনাইছে পৰিয়ালৰ লোকে।

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments