Thursday, March 30, 2023
HomeAssameseকাকপথাৰ চেলেংগুৰীত শিক্ষকৰ আত্মহত্যা

কাকপথাৰ চেলেংগুৰীত শিক্ষকৰ আত্মহত্যা

কাকপথাৰ আৰক্ষী থানাৰ অন্তগত ১নং চেলেংগুৰীত এজন শিক্ষকে আত্মহত্যা কৰাৰ ঘটনা সংঘটিত হৈছে ৷

আত্মহত্যা কৰা শিক্ষকজন কাকপথাৰ ১নং চেলেংগুৰীৰ ফিৰোজ সোনোৱাল(49) বুলি জানিব পৰা গৈছে ।

ঘৰৰ পিছ ফালে ডিঙিত ৰচি লগাই আত্মহত্যা কৰে শিক্ষকজনে ৷

কাকপথাৰ বৰমাইথং প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰি থকা ফিৰোজ সোনোৱালে কিয় আত্নহত্যাৰ দৰে পথ বাচি লবলগীয়া হ’ল সেইয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷

আৰক্ষীৰ তদন্ততহে প্ৰকৃত তথ্য পোহৰলৈ আহিব।

ইতিমধ্যে কাকপথাৰ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে ৷

ৰন্টু বৰশইকীয়া,তিনিচুকীয়া, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments