কাইলৈ গণৰাজ্য দিৱস ! কোনে কত পতকা উত্তোলন কৰিব

0
117

কাইলৈ গণৰাজ্য দিৱস ! কোনে কত পতকা উত্তোলন কৰিব

নগাঁৱত পতাকা উত্তোলন কৰিব- ড০ হিমন্ত বিশ্ব শৰ্মাই।
বৰপেটাত পতাকা উত্তোলন কৰিব- সিদ্ধাৰ্থ ভট্টাচাৰ্যই।
ডিব্ৰুগড় পতাকা উত্তোলন কৰিব- চন্দ্ৰমোহন পাটোৱাৰীয়ে।
মাজুলীত পতাকা উত্তোলন কৰিব- নৱ দলেই।
লখিমপুৰত পতাকা উত্তোলন কৰিব- ৰঞ্জিত দত্তই।
শিলচৰত পতাকা উত্তোলন কৰিব- পৰিমল শুক্লবৈদ্যই।
তিনিচুকীয়াত পতাকা উত্তোলন কৰিব- সঞ্জয় কিষাণে।
মৰিগাঁৱত পতাকা উত্তোলন কৰিব- পিয়ুষ হাজৰিকাই।
তেজপুৰত পতাকা উত্তোলন কৰিব- কেশৱ মহন্তই।
যোৰহাটত পতাকা উত্তোলন কৰিব- অতুল বৰাই
গোৱালপাৰাত পতাকা উত্তোলন কৰিব- ফণীভূষণ চৌধুৰী
ধুবুৰীত পতাকা উত্তোলন কৰিব- প্ৰমীলাৰাণী ব্ৰহ্ম
গোলাঘাটত পতাকা উত্তোলন কৰিব– চন্দন ব্ৰহ্ম
বাক্সাত পতাকা উত্তোলন কৰিব- ৰিহন দৈমাৰীয়ে।
আমিনগাঁৱত পতাকা উত্তোলন কৰিব- চুম ৰংহাঙে

News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here