কল্পনা লাজমী ৰ পৰলোকপ্ৰাপ্তি

0
1176

 

ৰুদালী ,এক পল ,দমন আদি ছবিৰ যশস্বী পৰিচালক কল্পনা লাজমী আৰু নাই । দেওবাৰে কাহিলী পুৱা ৪-৩০ বজাত ইহলীলা সম্বৰণ কৰে কল্পনা লাজমীয়ে । মৃত্যুৰ সময়ত পৰিচালক গৰাকীৰ বয়স আছিল ৬১ বছৰ । উল্লেখযোগ্য যে কিডনীৰ অসুখ ৰ বাবে পৰিচালক গৰাকী অসুস্থ হৈ আছিল ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here