Friday, March 24, 2023
HomeAssameseকলাইগাওত বানপানীৰ ভয়াবহতা

কলাইগাওত বানপানীৰ ভয়াবহতা

কলাইগাওত বানপানীৰ ভয়াবহতা ।বানপানীয়ে খহালে মঙলদৈ ভুটিয়াচাং পথ। বানৰ কবলত বৃহত্তৰ কলাইগাও অঞ্চল।

মঙলদৈ-ভূটিয়াচাং সংযোগী সংযোগ বিচ্ছিন্ন হোৱাৰ উপক্ৰম

নেৰানেপেৰা বৰষুণৰ ফলত নোৱানৈৰ পানী বৃদ্ধি হোৱাত কলাইগাওত বান্ধৰ চকত মঙলদৈ ভুটিয়াচাং পথৰ ওপৰেৰে পানী বাগৰি যোৱাত গড়কাপ্তানী পথ ছোৱা চিঙাৰ উপক্ৰম হৈছে।
লগতে পথটিত পানী হোৱাৰ বাবে যান যতৰ সৃষ্টি হৈছে আৰু ৰাইজে শীঘ্ৰে পথছোৱা যান বাহন চলাচল বন্ধ কৰিবলৈ প্ৰসাশনক আহ্বান জনাই।

এই বানপানীয়ে ওচৰৰ কেইবাখনো গাওঁ প্লাবিত কৰিছে ৷

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments