কলকাতা নাইট ৰাইডার্ছক আঠ উইকেটত পৰাস্ত কৰে কিংছ একাদশ পঞ্জাবে

0
150

কলকাতা নাইট ৰাইডার্ছক আঠ উইকেটত পৰাস্ত কৰে কিংছ একাদশ পঞ্জাবে

সোমবাৰে শ্বাৰজাহত অনুষ্ঠিত খেল খনত কলকাতা নাইট ৰাইডার্ছক আঠ উইকেটত পৰাস্ত কৰে কিংছ একাদশ পঞ্জাবে৷কিংছ একাদশ পঞ্জাবৰ এয়া আছিল ষষ্ঠটো জয়৷
কলকাতা নাইট ৰাইডার্ছে প্ৰথমে বেটিং কৰিব আহি ২০ অভাৰত ৯ উইকেটৰ বিনিময়ত ১৪৯ ৰান সংগ্রহ কৰে৷ দলটোৰ হৈ অ’পেনাৰ শুভমন গিলে সর্বাধিক ৫৭ আৰু অধিনায়ক ইয়ন মৰগানে ৪০ ৰানৰ অৰিহণা আগবঢ়ায়৷
আনহাতে ১৫০ ৰানৰ লক্ষ্যৰ পিছ লৈ পঞ্জাবে ৮টা বল বাকী থকা অৱস্থাত জয় সাব্যস্ত কৰিবলৈ সক্ষম হয়৷ কিংছ একাদশ পঞ্জাবৰ হৈন মনদীপ সিঙে অপৰাজিতভাৱে ৬৬ আৰু ক্রিছ গেইলে ৫১ ৰানৰ বৰঙণি আগবঢ়ায়৷
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here