কম্পাউন্ড আৰ্চাৰীত ভাৰতলৈ ৰূপ

0
820

SPORTS DESK NE INDIA :  এছিয়ান গেমছত পুৰুষৰ কম্পাউন্ড আৰ্চাৰীত ভাৰতে লাভ কৰিছে ৰূপৰ পদক। ফাইনেলত কোৰিয়াৰ হাতত পৰাস্ত হৈ এই ৰূপৰ পদক অৰ্জন কৰে দলটোৱে । ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকল অাছিল অভিষেক বাৰ্মা,ৰজত চৌহান আৰু অমন চাহনী।

LEAVE A REPLY

Please enter your comment!
Please enter your name here