কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ শাৰীৰিক অৱস্থাৰ অধিক অৱনতি
অভিনেতা , কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ শাৰিৰীক অৱস্থাৰ অধিক অৱনতি ঘটিছে । পুৰ্বতকৈ অধিক অৱনতি ঘটিছে অভিনেতা গৰাকী শাৰিৰীক অৱস্থা । অভিনেতা গৰাকী ব্ৰেইন ডেথ অৱস্থালৈ গৈছে । AIMS ত চিকিৎসাধীন হৈ থকা কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ হাৰ্টৰ অৱস্থাৰো অধিক অবনতি ঘটিছে । ১০ আগষ্টত ব্যায়ামগাৰত ব্যায়াম কৰি থকা অৱস্থাত গুৰুতৰ ভাৱে অসুস্থ হৈ পৰিছিল অভিনেতাগৰাকী । বিগত ৮ দিন ধৰি অভিনেতা ৰাজু শ্ৰীবাস্তৱ বেহুচ অৱস্থাত আছে ।
Entertainment Desk, Ne India News