Thursday, March 30, 2023
HomeAssameseকমনৱেলথ গেমছৰ বক্সিঙৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত লাভলীনা বৰগোঁহাই

কমনৱেলথ গেমছৰ বক্সিঙৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত লাভলীনা বৰগোঁহাই

কমনৱেলথ গেমছৰ বক্সিঙৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত লাভলীনা বৰগোঁহাই

শনিবাৰে কমনৱেলথ গেমছৰ প্ৰি-কোৱাৰ্টাৰৰ ফাইনেল খেলত নামিব লাভলীনা বৰগোঁহাই। ইংলেণ্ডৰ বিৰিংঘামৰ আলেকজেণ্ডাৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা দ্বাবিংশতিতম কমনৱেলথ গেমছত ৬৬-৭০ কেজি শাখাৰ প্ৰি-কোৱাৰ্টাৰৰ ফাইনেল খেলত অসমৰ লাভলীনা বৰগোঁহাইয়ে আজি শনিবাৰে নিউজিলেণ্ডৰ আৰাইন নিকলছনৰ বিৰুদ্ধে খেলিব। ভাৰতীয় সময় মতে নিশা ১২ বজাত আৰম্ভ হ’ব খেলখন। লাভলীনা বৰগোঁহাইয়ে আৰাইন নিকলছনৰ বিৰুদ্ধে হোৱা খেলখনত জয়ী হ’লে কোৱাৰ্টাৰ ফাইনেলত ২০১৮ চনৰ গন্ড কষ্ট কমনৱেলথ গেমছৰ ৰূপৰ পদক বিজয়ী ৱেলছৰ ৰজি একলেছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

Sports Desk, Ne India News 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments