কমনৱেলথ গেমছত ভাৰতৰ প্ৰথমটো পদক লাভ
লণ্ডনৰ বিৰিংঘামত অনুষ্ঠিত হৈ থকা কমনৱেলথ গেমছ ২০২২ ত ভাৰতে প্ৰথমটো পদক আজুৰি আনিবলৈ সক্ষম হৈছে । পুৰুষৰ ৫৫ কেজি শাখাৰ ভাৰোত্তোলনত ভাৰতৰ সংকেত চৰঘাৰে ৰুপক পদক লাভ কৰিছে । আনহাতে অসম সন্তান বক্সাৰ লাভলীনা বৰগোহাঁয়ে কমনৱেলথ গেমছৰ প্ৰী কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হব নিউজিলেণ্ডৰ আৰাইন নিকলছনৰ ।
Sports Desk , Ne India News