Sunday, March 26, 2023
HomeAssameseকচুজান আঞ্চলিক যুৱক সংঘ আৰু সদৌ অসম গাড়ী চালক সন্থাৰ যৌথ উদ্যোগত...

কচুজান আঞ্চলিক যুৱক সংঘ আৰু সদৌ অসম গাড়ী চালক সন্থাৰ যৌথ উদ্যোগত কভিড ভেকচিন প্ৰদান

কচুজান আঞ্চলিক যুৱক সংঘ আৰু সদৌ অসম গাড়ী চালক সন্থাৰ যৌথ উদ্যোগত কভিড ভেকচিন প্ৰদান

দেওবাৰে তিনিচুকীয়াৰ বৃহত্তৰ কচুজান উন্নয়ন সমিতি প্ৰাংগণত কচুজান আঞ্চলিক যুৱক সংঘ আৰু সদৌ অসম গাড়ী চালক সন্থাৰ যৌথ উদ্যোগত কভিড ভেকচিনৰ প্ৰথম ,দ্বিতীয় আৰু বুষ্টাৰ পালি প্ৰদান কৰাৰ এক কায্যসূচী হাতত লয় । এই ভেকচিন কেম্পত এন আৰ এইচ এমৰ তৰফৰ পৰা ৫০০ ভেকচিন ৰাইজৰ বাবে যোগান ধৰা হৈছে আৰু ইতিমধ্যে ১৫০ৰ অধিক লোকে উক্ত ভেকচিন কেম্পত ভেকচিন লয় । উক্ত ভেকচিন কেম্পৰ জৰিয়তে গাঁওৰ যি সকল লোকে চহৰত গৈ বৰ্তমানলৈকে ভেকচিন লব পৰা নাই তেওঁলোকৰ বাবে এই ভেকচিন কেম্পৰ আয়োজন কৰা হৈছে বুলি সদৌ অসম গাড়ী চালক সন্থাৰ বিষয়ববীয়াই সংবাদ মাধ্যমক জানিব দিয়ে ।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments