কংগ্ৰেছত পদত্যাগৰ জোৱাৰ অব্যাহত আছে । মঙলবাৰে দলটোৰ ভাতৃ সংগঠন এন এচ ইউ আই ৰ ৰাজ্যিক উপ সভাপতি বাবুল বিকাশ চেতিয়া ই পদত্যাগ কৰিছে । কংগ্ৰেছ ৰ নেতাৰ মাজত খোৱা কামোৰাত অতিষ্ঠ হৈ সংগঠনটো ত্যাগ কৰিছে বুলি চেতিয়া ই জানিব দিয়ে ।ডিগবৈত কা আন্দোলন কৰি কাৰাবাস খটা বাবুল এজন যুৱ কংগ্ৰেছী ৰূপে পৰিচিত আছিল ।
ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া ,Ne India News