তিনি  তালাক অপৰাধ

0
793

National Desk Neindia news:বুধবাৰে কেবিনেটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেবিনেটে তিনি তালাকৰ বিধেয়ক সম্পৰ্কীয়  অধ্যাদেশ জাৰী কৰে৷বিগত  বৰ্ষত এই বিধেয়ক সম্পৰ্কত লোকসভাত গৃহীত হৈছিল যদিও তীব্ৰ বিতৰ্কৰ ফলশ্ৰুতিত  ৰাজ্যসভাত গৃহীত হোৱা নাছিল এই বিধেয়ক ৷ এই বিধেয়ক অনুসৰি তিনি তালাক বুলি তালাক দিয়া মুছলমান পুৰুষৰ হব তিনি বছৰ পৰ্যন্ত জে’ল ৷ মোদী কেবিনেটে এই অধ্যাদেশত অনুমোদন জনাইছে যদিও এই বিধেয়ক সংসদত গৃহীত কৰাটো বাধ্যতামূলক হব বুলি উল্লেখ কৰে ৷উল্লেখযোগ্য যে বিগত বৰ্ষত তিনি তালাকক অসংবিধানিক আৰু আইনবিৰোধী আখ্যা দিছিল উচ্চতম ন্যায়ালয়ত ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here