Tuesday, May 23, 2023
HomeAssameseএজন লোকৰ মৃত্যুক লৈ বকোৰ বামুনীগাওত ৰাইজৰ উত্তাল প্ৰতিবাদ

এজন লোকৰ মৃত্যুক লৈ বকোৰ বামুনীগাওত ৰাইজৰ উত্তাল প্ৰতিবাদ

বকোৰ বামুনীগাওত অঞ্চল জুৰি ৰাইজৰ উত্তাল প্ৰতিবাদ।
উল্লেখ যে আজি ৰাতিপুৱা প্ৰায় ৭মান বজাত বামুনীগাওৰ পৰা জামবাড়ি যোৱা পথৰ মাজত থকা ৰেল লাইনত এখন দ্ৰুতবেগী ৰেলে এজন লোকক মহতিয়াই নিয়ে ঘটনাস্থলীতে মৃত্যু হয় লোকজনৰ । লোকজনৰ নাম লক্ষ্মন আলী (লালচান) বয়স ৪৫। কিছুদিন আগত এজনী স্কুলীয়া ছাত্ৰী মৃত্যু, এজন ছাত্ৰৰ মৃত্যু হৈছিল।
প্ৰশ্ন হয় ৰেলৱে কৰ্তৃপক্ষৰ অকৰ্মণ্যতাৰ কাৰনে এনেবোৰ মৃত্যু হব পালে নেকি??
ৰেল পথত থকা ঢেকি উঠাই দি তলেৰে এটা সুৰংগ খান্দি দিয়ে কিন্ত সেই সুৰংগ বাৰিষা সাতুৰি পাৰ হব লাগে স্থানিয় লোক বা স্কুললৈ যোৱা ছাত্ৰ ছাত্রী।
বাৰিষা দুৰৰে কথা খৰালি এজাক বৰষুণত একাঠু পানী।
ইপিনে আঞ্চলজুৰি ৰাইজৰ অনুৰোধ যে ওপৰেৰে অহা যোৱা কৰা ঢেকিৰ পথটো খুলি দিব লাগে ।

মহিদুল ইছলাম,বকো,Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments