গুণোৎসৱে কিমান উপকৃত কৰিছে ছাত্ৰ ছাত্ৰীক । ২০২১-২২ বৰ্ষৰ গুণোৎসৱে পিচুৱাই নিছে নেকি শিক্ষাৰ্থীক ? উত্তৰ মঙলদৈ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত গুণোৎসৱৰ এক দৃশ্য ।
উত্তৰ মঙলদৈ উচ্চ মাধ্যমিকৰ গুণোৎসৱৰ পিচত এইবাৰ চাওক মঙলদৈ পুলিচ ৰিজাৰ্ভ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত গুণোৎসৱৰ দৃশ্য । এজনীয়া ছাত্ৰীৰে গুণোৎসৱ উদযাপন মঙলদৈ পুলিচ ৰিজাৰ্ভ প্ৰাথমিক বিদ্যালয়ত ।
শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ প্ৰয়াসেৰে ৰাজ্য চৰকাৰে বিদ্যালয় সমুহত গুণোৎসৱ উদযাপন কৰিলে ।
পৰিতাপৰ কথা যে মঙলদৈ পুলিচ ৰিজাৰ্ভ প্ৰাথমিক বিদ্যালয়ত আবাসী সকলে নিজৰ সন্তানক নপঢ়ুৱাই চৰকাৰী বিদ্যালয়ত ।
চৰকাৰে যিমানে ঢাক ঢোল নবজাওক কিয় চৰকাৰী বিদ্যালয়ৰ প্ৰতি মোহভংগ ঘটিছে অভিভাৱক সকলৰ ।
পংকজ সৰকাৰ ,মঙ্গলদৈ , Ne India News