এছিয়ান গেমছৰ পৰা নাম প্ৰত্যাহাৰ স্বৰ্ণ কন্যাৰ

0
1079

এছিয়ান গেমছৰ পৰা নাম প্ৰত্যাহাৰ স্বৰ্ণ কন্যাৰ

Sports desk ne india :জাকাৰ্টাত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত অংশ ল’ব নোৱাৰিব অসম কন্যা হিমা দাসে ৷ ইয়াৰ বিপৰীতে মহিলা শাখাৰ প্ৰতিযোগিতাতহে অংশ ল’ব হিমাই ৷ ২০০ মিটাৰ দৌৰ আৰু ৪×৪০০ মিটাৰ টীম ৰীলেৰ সময় সীমিত ৷ দুয়োখন খেলত হিমা দাসে অংশ ল’লে কিছুমান অসুবিধাৰ সন্মুখীন হ’ব ৷ গতিকে এছিয়ান গেমছৰ ৪×৪০০ মিটাৰ মিক্সড টীম ৰীলেত অংশ নলয় স্বৰ্ণ কন্যা হিমা দাসে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here