Saturday, March 18, 2023
HomeAssameseএগৰাকী যানবাহন আৰক্ষীৰ কৰ্মই শলাগ বুটলিছে

এগৰাকী যানবাহন আৰক্ষীৰ কৰ্মই শলাগ বুটলিছে

এগৰাকী যানবাহন আৰক্ষীৰ কৰ্মই শলাগ বুটলিছে

এফালে পুলিছৰ লাঠি আনফালে যানবাহন নিয়ন্ত্ৰণ কৰাৰ লগতে ৰিলিফ গাড়ীত উঠাইছে পুলিছে।
ৰাজ্যত চাৰিওফালে বানপানী, হাহাকাৰ জনসাধাৰণৰ, হাহাকাৰ প্ৰশাসনিয় বিষয়াকে ধৰি ৰাজ্যৰ কৰ্মচাৰীৰ।বন্যতক সহায় কৰিবৰ বাবে যেন প্ৰতিকেই দিনে ৰাতিয়ে কাম কৰি ভাগৰি পৰা নাই।
সোমবাৰে মঙলদৈ চক্ৰবিষয়া কাৰ্যালয়ৰ সন্মুখত এগৰাকী যানবাহন আৰক্ষীৰ কৰ্মই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।আৰক্ষী গৰাকীয়ে এফালে নিয়ন্ত্ৰণ কৰিছে দূৰনীবতিয়া যান বাহন, আনহাতে আনফালে নিয়ন্ত্ৰণ কৰিছে শ শ ৰিলিফ নিবলৈ অহা সৰু বৰ যান বাহন, তাৰোপৰি তেওঁ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ভৰাল ঘৰৰ পৰা আনি ৰিলিফ উঠাই দিছে গাড়ীত।

পংকজ সৰকাৰ, মঙলদৈ, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments