এই বৰ্ষত কোনে কোনে লাভ কৰিব স্কুটি?

10

এই বৰ্ষত কোনে কোনে লাভ কৰিব স্কুটি?

আজি ঘোষিত হল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।আৰু এই বৰ্ষত কোনে কোনে লাভ কৰিব স্কুটি, ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । যোৱা বৰ্ষৰ দৰে এই বৰ্ষতো প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা নহব স্কুটি , প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক যোৱা বৰ্ষৰ দৰে এই বৰ্ষতো বাজেটৰ লগত মিলাই নিৰ্দিষ্ট কাট-অফ-মাৰ্কছ ভিত্তিতহে প্ৰদান কৰা হব স্কুটি। লগতে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হব আনন্দৰাম বটা।

News desk report, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here