এই গৰাকী মডেলৰ ফটো দেখি আপুনিও হৈ পৰিব আচৰিত
বলীউডৰ তাৰকাসকলৰ চেহেৰাৰ লগত সাদৃশ্য থকা বহু ব্যক্তি দেখিবলৈ পোৱা যায়, কিন্তু তেওঁলোক কেৱল ছ’চিয়েল মিডিয়াত হে জনপ্ৰিয়তা অৰ্জন কৰে। চলচ্চিত্ৰ উদ্যোগত তেনে উদাহৰণ বহু কম।
এতিয়াৰ নৱপ্ৰজন্মই সামাজিক মাধ্যমত (social media) প্ৰকৃত সৌন্দৰ্য বা প্ৰতিভাৰ প্ৰশংসা কৰিবলৈ পিছ হোহোকি নাথাকে। মডেল আলিনা ৰায়ৰ নাম আপোনালোকে নিশ্চয় শুনিছে। মডেল আলিনা ৰায়ক ছচিয়েল মিডিয়াত কেটৰিনা কাইফৰ দুপ্লিকেত ( duplicate )বুলি জনা যায়।
প্ৰথমে, আলিনা ৰায়ে টিকটকত স্বীকৃতি লাভ কৰিছিল যি একাউণ্ট এতিয়া ভাৰতত নিষিদ্ধ। আলিনা ৰায়ৰ ভিডিঅ’সমূহ ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছিল। আলিনা ৰায়ক দ্বিতীয় কেটৰিনা কাইফ বুলি জনা গৈছে।
আলিনা ৰায়ৰ ৭০ মিলিয়নতকৈও অধিক অনুগামী আছে। সামাজিক মাধ্যমত (ছ’চিয়েল মিডিয়া) আলিনা ৰায়ক একাধিক ভংগীমা দেখিবলৈ পোৱা যায়। আলিনাৰ আকৰ্ষণীয় ফটোই অনুৰাগীৰ মন জয় কৰিবলৈ সক্ষম হৈছে। অনুৰাগী সকলে দ্বিতীয় কেটৰিনা কাইফ নাম দিছে আলিনা ৰায়ক ।
News desk, Ne India News