উ: মা পৰীক্ষা ২০২২ৰ কলা শাখাত প্ৰথম স্থান তিনিচুকীয়াৰ ছাত্ৰী লাইপুলিৰ চেৰী গোহাঁইৰ
উচ্চতৰ মাধ্যমিক পৰীক্ষা ২০২২ৰ কলা শাখাত প্ৰথম স্থান পাবলৈ সক্ষম হৈছে তিনিচুকীয়াৰ ছাত্ৰী লাইপুলিৰ চেৰী গোহাঁইয়ে ।
তিনিচুকীয়া মহিলা মহাবিদ্যালয়ৰ ছাত্ৰী চেৰী গোহাঁই ।সৰ্বমুঠ ৪৮৭ নম্বৰ লাভ কৰি অসমৰ লগতে তিনিচুকীয়া জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ছাত্ৰী গৰাকীয়ে।

আনহাতে তিনিচুকীয়া জিলাৰ নিখিল গুপ্তাই বাণিজ্য শাখাত অসমৰ ভিতৰত তৃতীয় স্থান লাভ কৰিছে। ছাত্ৰ গৰাকী তিনিচুকীয়া আৰ,দি, ছিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ পৰা ৪৭৪ নম্বৰ পাবলৈ সক্ষম হৈছে।