উপ আৰক্ষী অধীক্ষক পদত ধিং এক্সপ্ৰেছ হিমা দাস

0
220

 

 

উপ আৰক্ষী অধীক্ষক পদত ধিং এক্সপ্ৰেছ হিমা দাস

শুকুৰবাৰে উপ আৰক্ষী পদত নিযুক্তি লাভ কৰে ধিং এক্সপ্ৰেছ ৰুপে খ্যাত দৌৰবীদ হিমা দাস । হিমা দাসৰ লগতে ৫৯৭ গৰাকীক প্ৰদান কৰা হয় নিযুক্তি পত্ৰ ।

গুৱাহাটীৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়াম ত অনুষ্ঠিত নিযুক্তি প্ৰদান অনুষ্ঠানত মুখ্য অতিথি ৰুপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । অনুষ্ঠানত আৰক্ষীৰ পোচাকত উপস্থিত থাকে দৌৰবীদ হিমা দাস ।

News Desk , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here