উপৰাষ্ট্ৰপতি নিৰ্বাচন ২০২২ ! বিৰোধী দলৰ প্ৰাৰ্থী মাৰ্গেৰেট আলভাৰ মনোনয়ন দাখিল

6

উপৰাষ্ট্ৰপতি নিৰ্বাচন ২০২২ ! বিৰোধী দলৰ প্ৰাৰ্থী মাৰ্গেৰেট আলভাৰ মনোনয়ন দাখিল

NDA ৰ প্ৰাৰ্থী জগদ্বীপ ধনখড়ে সোমবাৰে উপৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ পিচতে , মঙলবাৰে কংগ্ৰেছ , সমাজবাদী দল তথা বিৰোধী দলসমুহৰ প্ৰক্ষেপিত প্ৰাৰ্থী মাৰ্গেৰেট আলভাই মনোনয়ন পত্ৰ দাখিল কৰে । উপৰাষ্ট্ৰপতি পদৰ বিৰোধীৰ প্ৰাৰ্থী মাৰ্গেৰেট আলভাৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত আছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী , NCP নেতা শাৰদ পাৱাৰ ।
৬ আগষ্টত অনুষ্ঠিত হব উপ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন ।

National Desk , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here