উত্তৰ মাৰ্ঘেৰিটা নামঘৰৰ বাৰ্ষিক কৰ্ম

0
139

 

উত্তৰ মাৰ্ঘেৰিটা নামঘৰৰ বাৰ্ষিক কৰ্ম

দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে উত্তৰ মাৰ্ঘেৰিটা নামঘৰৰ বাৰ্ষিক কৰ্ম । 
হৰি নামেৰে মুখৰিত হৈছে নামঘৰস্থলী ।
অনুষ্ঠিত হয় অসমীয়া সমাজজীৱনত নামঘৰৰ ভূমিকা শীৰ্ষক আলোচনা চক্ৰ ।
দিহানাম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে বহু কেইটা দিহানামৰ দলে ।
আজি এখনি ভাওঁনাৰে সামৰণি পৰিব বাৰ্ষিক কৰ্ম ।

বাবা নেওগ, মাৰ্ঘেৰিটা, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here