উত্তৰ প্ৰদেশত গুলীয়াই হত্যা কৰে বিজেপি নেতাক

0
76

উত্তৰ প্ৰদেশত গুলীয়াই হত্যা কৰে বিজেপি নেতাক

শুকুৰবাৰে কোনো অচিনাক্ত দুৰ্বৃত্তই গুলিয়াই হত্যা কৰে বিজেপি নেতা ডি কে গুপ্তাক।
উত্তৰপ্ৰদেশ আৰক্ষীয়ে জানিবলৈ দিয়ে যে,গুপ্তাই সন্ধিয়া নিজৰ দোকান বন্ধ কৰি ঘৰলৈ যাবলৈ ওলাইছিল তেনে সময়তে বাইকত উঠি অহা তিনিজন অচিনাক্ত দুৰ্বৃত্তই তেওঁক লক্ষ্য কৰি গুলিবৰ্ষণ কৰে,”।গুপ্তাৰ পৰিয়ালৰ লোকে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি তিনিজন লোকৰ নাম আৰক্ষীৰ ওচৰত দাখিল কৰিছে।ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। কিন্তু বৰ্তমানলৈ হত্যাকাৰী কেইটাক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here