উত্তৰ পূৰ্বাঞ্চলত প্ৰথমটো কৰ’নাত আক্ৰান্ত ৰোগী চিনাক্ত

0
462

উত্তৰ পূৰ্বাঞ্চলত প্ৰথমটো কৰ’নাত আক্ৰান্ত ৰোগী চিনাক্ত

মণিপুৰৰ এগৰাকী ছাত্ৰীৰ দেহত কৰ’ণা ভাইৰাছৰ অৱস্হিতি ধৰা পৰিছে৷ইংলেণ্ডৰ ব্ৰিষ্টল ইউনিভাৰ্চিটিত অধ্যয়নৰত আছিল ছাত্ৰগৰাকী৷২২মাৰ্চত ইম্ফলৰ জেএনএমআইএছ হাস্পতালত ভৰ্তি কৰা হৈছিল ছাত্ৰীগৰাকীক৷
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here