Sunday, March 26, 2023
HomeAssameseউচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

 

স্কুল বাছ সমূহক লৈ উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে । বিভিন্ন নীতি নিয়ম পালন কৰিব লাগিব স্কুল বাছ সমুহে । কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। স্কুল কৰ্তৃপক্ষই মানিব লাগিব এই নীতি নিয়ম সমূহ। স্কুল বাছত থাকিব লাগিব এতিয়াৰে পৰা CCTV , GPS । থাকিব লাগিব মহিলা সহকাৰী লগতে ছাইৰেন আদিৰ ব্যৱস্থা কৰাৰ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ। স্কুল বাছ সমূহ হব লাগিব হালধীয়া ৰঙৰ, লগতে ব্যক্তিগত ভাবে যদি ছাত্ৰ ছাত্ৰীক অনা নিয়া কৰা হয় তেতিয়াও বাহনৰ ৰঙ হব লাগিব হালধীয়া।

News desk report, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments