Home Assamese ঈদ-উহ-জাহা উপলক্ষে ইচলামধৰ্মী সকলক শুভেচ্চা মুখ্যমন্ত্ৰীৰ

ঈদ-উহ-জাহা উপলক্ষে ইচলামধৰ্মী সকলক শুভেচ্চা মুখ্যমন্ত্ৰীৰ

73

ঈদ-উহ-জাহা উপলক্ষে ইচলামধৰ্মী সকলক শুভেচ্চা মুখ্যমন্ত্ৰীৰ

আজি পবিত্ৰ ঈদ উহ জোহা ।
সমগ্ৰ বিশ্বৰ লগতে অসমতো পালন কৰা হৈছে ঈদ। ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰা অনুসৰি পুৱাই সমূহীয়া ঈদৰ নামাজত অংশ ললে ইছলামী ধৰ্মীয় লোকসকলে।
ইছলাম ধৰ্মীয় সকলৰ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসব দুটাৰ ভিতৰত অন্যতম হল বকৰ ঈদ আৰু কুৰ্বনি ঈদ। এই উৎসৱৰ মূল বিষ়য হৈছে ত্যাগ কৰা ।
এই দিনটোত মুলিম সকলে তেওঁ লোকৰ সাধৈ মতে ধৰ্মীয় নিয়ানুযায়ী গৰু, ছাগলী কুৰ্বানি দিয়ে।

এই বিশেষ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই জ্ঞাপন কৰিলে সকলো ইছলামধৰ্মী লোকলৈ শুভেচ্ছা। লগতে এই বিশেষ পবিত্ৰ দিনটোত শান্তিপূর্ণভাৱে ইছলামধৰ্মী লোকসকলক ঈদ পালনত সুবিধা কৰি দিয়াৰ বাবে গৰৈমাৰি ঈদগাহ পৰিচালনা সমিতিয়ে মুখ্যমন্ত্রী গৰাকীক জনালে ধন্যবাদ। কোৰবানীৰ বিতৰ্কৰ সময়ত ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই লোৱা ভূমিকাক প্ৰসংশা গৰৈমাৰি ৰাইজৰ।

News Desk, Ne India News

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here