ইণ্ডিয়ান আইডলৰ চুড়ান্ত ৰাউণ্ডত ত্ৰিপুৰাৰ কৃষ্ণকলি

0
1052

 

ইণ্ডিয়ান আইডলৰ চুড়ান্ত ৰাউণ্ডত ত্ৰিপুৰাৰ কৃষ্ণকলি
ত্ৰিপুৰা জীয়ৰী কৃষ্ণকলি সোনী টিভিৰ দ্বাৰা প্ৰযোজিত ” Indian idol” ৰ চুড়ান্ত ৰাউণ্ডত প্ৰবেশ কৰিছে । সন্মুখত মেগা ফাইনেল । চুড়ান্ত প্ৰতিযোগীতাত জয়ী হবলৈ কৃষ্ণকলিক সুন্দৰ গায়কীৰ লগতে প্ৰয়োজন হব দৰ্শকৰ ভোটৰ । অহা ১ আগষ্টত অনুষ্টিত হব ইণ্ডিয়ান আইডলৰ  গ্ৰেণ্ড ফিনালে। ১ আগষ্টৰ নিশা ৮ বজাৰ পৰা ১০ বজাৰ ভিতৰত ভোট দান কৰিব পাৰিব দৰ্শকে । তাৰ বাবে SonyLiv নামৰ এটা এপ মুকলি কৰা হৈছে । দৰ্শকে এপ টো ডাউনলোড কৰি ভোটদান কৰিব পাৰিব । উল্লেখযোগ্য যে কৃষ্ণকলিৰ সংগীতে মুগ্ধ কৰিছে নেহা কক্কৰ সহ আন সকল বিচাৰকক ।

(প্ৰণত কুমাৰ চান্দ , ত্ৰিপুৰা Ne india)

LEAVE A REPLY

Please enter your comment!
Please enter your name here