আৰম্ভ হল commonwealth games 2022

28

আৰম্ভ হল কমনৱেলথ গেমছ ২০২২ । ইংলণ্ডৰ শুকুৰবাৰৰ পৰা আৰম্ভ হল কমনৱেলথ গেমছ ২০২২ ।
এক জাকজমকীয়া অনুষ্ঠানেৰে শুভ উন্মোচন হল প্ৰতিযোগীতাখনিৰ । ৭২ খন ৰাষ্ট্ৰৰ ৫০০০ এথলিকে অংশ লব এইবাৰৰ প্ৰতিযোগীতাত ।
বিৰিংঘামৰ এলেকজেণ্ডাৰ ষ্টেডিয়ামত অনুষ্ঠিত অনুষ্ঠানত কমনৱেলথ গেমছ ২০২২ ৰ আনুষ্ঠানিক উন্মোচন কৰে ব্ৰিটেইনৰ ৰাজকুমাৰ প্ৰিন্স চাৰ্লছে ।
উন্মোচনী অনুষ্ঠানৰ পেৰেডত ভাৰতীয় দলক নেতৃত্ব দিয়ে বেডমিন্টন খেলুৱৈ তথ অলিম্পিক চেম্পিয়ন পি ভি সিন্ধু আৰু ভাৰতীয় হকী দলৰ অধিনায়ক মনপ্ৰীত সিঙে । এইবাৰৰ কমনৱেলথ গেমছত ভাৰতৰ প্ৰায় ২০০ ৰোধিক খেলুৱৈয়ে অংশ লৈছে ।

Sports Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here