আৰক্ষীৰ জালত পৰিল পংকজ পাঠক

13

চচিয়েল মিডিয়াৰ জৰিয়তে নাৰীৰ সাজ-সজ্জা লৈ বিৰূপ মন্তব্য কৰা পংকজ পাঠকক অৱশেষত আৰক্ষীৰ জালত পৰিল। কিছুদিন পূৰ্বে চচিয়েল মিডিয়াৰ জৰিয়তে নাৰীজাতিক অপমান কৰাৰ লগতে সাংবাদিকৰ বিৰুদ্ধেও কঠোৰ মন্তব্য আগবঢ়াইছিল আচাৰ্য পংকজ পাঠকে। তাৰ পিছতে বিভিন্ন দল সংগঠন সমূহে ৰাজ্যৰ বহু কেইখন থানত দাখিল কৰিছিল এজাহাৰ।আৰু এই এজাহাৰ ভিত্তিতে আৰক্ষীয় বুধবাৰে পুৱতিনিশা পংকজ পাঠকক বিচাৰি টিহু আৰক্ষীৰ সহযোগত গুৱাহাটীৰ হাটীগাঁও থানাৰ আৰক্ষীৰ এটা দলে পংকজ পাঠকৰ টিহুৰ নতুন বনিয়াকুছি স্থিত উদ্যোগত অভিযান চলাইছিল চিল যদিও পাঠকক কিন্তু বিচাৰি পোৱা নাছিল । অবশেষত বুধবাৰে নিশা হাউলিৰ পৰা পংকজ পাঠক আটক কৰিবলৈ সক্ষম হল । অৱশেষত আৰক্ষীৰ জালত পৰিল পংকজ পাঠক। চচিল মিডিয়াৰ পোষ্ট সন্ধৰবত বৰ্তমানেও সোধাপোচা অব্যাহত ৰাখিছে পংকজ পাঠকক।

News Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here