আলফা স্বাধীনৰ সদস্যৰ wanted প’ষ্টাৰ
কাকপথাৰত আলফা স্বাধীনৰ সদস্যৰ wanted প’ষ্টাৰ। ৫ আলফা স্বাধীন সদস্যৰ ফটো আছে এই wanted প’ষ্টাৰত। কাকপথাৰৰ দ পথাৰত হোৱা সংঘৰ্ষত থকা ৬জনীয়া আলফা স্বাধীনৰ দলটিত আছিল এই কেইজন আলফা স্বাধীনৰ সদস্য। WANTED ফটো খনত আছে ৰূপম অসম, মৃগাংক অসম, সৌৰভ অসম ,মনোজ অসম, নীল অসম।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News