আমেৰিকাৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজন পাইলটে

0
141

আমেৰিকাৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজন পাইলটে

আমেৰিকাৰ নৌ সেনাৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজন পাইলটে।ফ্লৰিদাৰ পৰা আলাবামালৈ যোৱাৰ পথতে সংঘটিত হয় বিমান দুৰ্ঘটনা।দুৰ্ঘটনাৰ পিছতে এটা ঘৰৰ লগতে কেবাখনো বাহন ভস্মীভূত হৈছে।বতমানলৈকে বিমান দুৰ্ঘটনা কাৰনতো জানিব পৰা নাই ।এই বিমান দুৰ্ঘটনাত কোনো অন্য লোক আঘাত প্ৰাপ্ত হোৱা নাই বুলি জনায় উচ্চ পদস্থ বিষয়াই।

News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here