আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

0
434

আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ 

নিৰ্ভয়া কাণ্ডৰ দোষীৰ আবেদন নাকচ আদালতৰ। ৰাষ্ট্ৰপতিৰ ক্ষমা আবেদন নাকচৰ বিৰুদ্ধে আবেদন দাখিল কৰিছিল অপৰাধী মুকেশ সিঙে। 
ফাঁ‌চীৰ সময় পিছুওঁ‌ৱাৰ কোনো যুক্তি নাই – উচ্চতম ন্যায়ালয়। 
ফাঁ‌চীৰ নিশ্চয়তা প্ৰকট হৈ পৰিছে। 
১ ফেব্ৰুৱাৰিত ফাঁ‌চী হ’ব নিৰ্ভয়া কাণ্ডৰ চাৰি অপৰাধীৰ।
National Desk, NE India 

LEAVE A REPLY

Please enter your comment!
Please enter your name here