আফগানিস্থানত ভয়ানক ভুমিকম্প ! নিহত ১৫৫
আফগানিস্থানত বুধবাৰে পুৱা এক ভয়ানক ভুমিকম্প কপাঁই যায় । ৰিক্টাৰ স্কেলত এই ভুমিকম্পৰ প্ৰাবল্য আছিল ৬.১ আছিল । আমেৰিকান জিয়োলজিকেল চাৰ্ভেৰ তথ্য মতে , ভুমিকম্পৰ অভিকেন্দ্ৰ আছিল আফগানিস্থানৰ দক্ষিণ-পুৱ অঞ্চল । ভুমিকম্পৰ ফলত মৃত্যুক সাৱটিছে প্ৰায় ১৫৫ গৰাকী ব্যক্তিয়ে ।
আনহাতে এই ভুমিকম্পৰ প্ৰভাৱ পাকিস্থানত পৰিছে । ৰাজধানী ইচলামাবাদকে ধৰি আন আন চহৰকো ভুমিকম্পই কপাঁই যায় ।
International Desk , Ne India News