Wednesday, March 22, 2023
HomeAssameseআফগানিস্তানৰ এক গুৰুদ্বাৰত ভয়ংকৰ বিস্ফোৰণ

আফগানিস্তানৰ এক গুৰুদ্বাৰত ভয়ংকৰ বিস্ফোৰণ

আফগানিস্তানৰ এক গুৰুদ্বাৰত ভয়ংকৰ বিস্ফোৰণ

আফগানিস্তানৰ ৰাজধানী কাবুলত অৱস্থিত এটা গুৰুদ্বাৰত ভয়ংকৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হৈছে । সন্ত্ৰাসবাদীৰ আক্ৰমণটোৰ পিচতে ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে গুৰুদ্বাৰটোত । সন্ত্ৰাসবাদীৰ বিস্ফোৰণত ISIS জড়িত থকাৰ সন্দেহ কৰা হৈছে। এই বিস্ফোৰণৰ পিছতে এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। বিস্ফোৰণটোত গুৰুদ্বাৰটোৰ এগৰাকী নিৰাপত্তাৰক্ষী নিহত হৈছে আৰু কেইবাগৰাকীও লোক সন্ধানহীন হৈ আছে।
হতাহতৰ সংখ্যা বৃদ্ধি হোৱা সম্ভাৱনা আছে ।

International Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments