আফগানিস্তানত সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণ ! নিহত ৩০

0
104

আফগানিস্তানত সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণ ! নিহত ৩০

আফগানিস্তানত সন্ত্ৰাসবাদী সংগঠন আইছিছ এখন শৈক্ষিক প্ৰতিষ্ঠানত এক ভয়ংকৰ আক্ৰমণ চলাই।

কাবুলৰ পশ্চিম প্ৰান্তত থকা এখন শিক্ষা প্ৰতিষ্ঠানত ছাত্ৰ-ছাত্ৰী থকাৰ সময়তে এজন সন্ত্ৰাসবাদীয়ে প্ৰতিষ্ঠান খনত প্ৰৱেশৰ চেষ্টা চলায়।নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদী টোক বাধা দিবলৈ চেষ্টা চলোৱাৰ সময়তে লগত কঢ়িয়াই নিয়া এটা শক্তিশালী বোমাৰ বিস্ফোৰণ ঘটায়।ফলত ঠাইতে নিহত হয় ১২ গৰাকী শিক্ষাৰ্থী। চিকিৎসালয়লৈ নিয়াৰ পথত আৰু ১৮ গৰাকী শিক্ষাৰ্থীৰ মৃত্যু ঘটে।গুৰুত্বৰ ভাবে আহতসকলক কাবুলৰ জিন্না চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

News Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here