আফগানিস্তানত ভয়ংকৰ কাৰ বিস্ফোৰণ ! নিহত ২৬গৰাকী নিৰাপত্তাৰক্ষী

0
141

আফগানিস্তানত ভয়ংকৰ কাৰ বিস্ফোৰণ ! নিহত ২৬গৰাকী নিৰাপত্তাৰক্ষী

আফগানিস্তানত ভয়ংকৰ কাৰ বিস্ফোৰণ ঘটনা সংঘটিত হৈছে ।এই বিস্ফোৰণত ২৬গৰাকী নিৰাপত্তাৰক্ষী নিহত হয় আৰু কমেও ২১জন জোৱান আহত হয়।আফগানিস্তান প্ৰশাসনে এই কথা সদৰি কৰে। এই কূটাঘাতমূলক কাৰ্যকলাপৰ আঁৰত কোন এতিয়ালৈকে স্পষ্ট হোৱা নাই।
কোনো সন্ত্ৰাসবাদী সংগঠনে এই কাৰ্যৰ দায়িত্ব স্বীকাৰ কৰা নাই।
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here