আন এক মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী

0
145

আন এক মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী

৩১ অক্টোৱৰত আন এক মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী।বহু যুগ – যুগান্তৰ ধৰি অনেক পৰিঘটনাৰ সাক্ষী হৈছে বিশ্ববাসী। তেনে আন এক মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব ভাৰতবাসী ।৩১ অক্টোবৰত দেশৰ আকাশত ঘটিব এই পৰিঘটনা। সুদীৰ্ঘ ৭৬ বছৰৰ পিছত দেখা যাব এই মহাজাগতিক পৰিঘটনা।৩১ অক্টোবৰৰ নিশা আকাশত দেখা যাব ‘ব্লু-মুন’। এমাহত দুবাৰ পূৰ্ণিমা হ’লে ইয়াক অভিহিত কৰা হয় ব্লু-মুনৰূপে।এই ‘ব্লু-মুনত চন্দ্ৰটো নীলা দেখা নাযায়এই বছৰৰ অক্টোবৰ মাহত আছে দুবাৰকৈ পূৰ্ণিমা। ১ অক্টোবৰত প্ৰথমটো পূৰ্ণিমা হোৱাৰ বিপৰীতে ৩১ অক্টোবৰত হ’ব দ্বিতীয়টো পূৰ্ণিমা।
বছৰত ১২টা পূৰ্ণিমা হয় যদিও ২০২০ত ১৩টা পূৰ্ণিমা হ’ব। সেইদিনা ভাৰতৰ লগতে উত্তৰ-দক্ষিণ আমেৰিকা, ইউৰোপ আৰু এছিয়াৰ কেইবাখনো দেশত দৃশ্যমান হ’ব ব্লু-মুন।
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here