আন্তৰাষ্ট্ৰীয় যুব সাংবাদিকৰ সন্মান অসমৰ যুবতীলৈ

0
1103

 

আন্তৰাষ্ট্ৰীয় যুব সাংবাদিকৰ সন্মান অসমৰ যুবতীলৈ

Internationaldesk neindia ;অসম কন্যা মিহিকা বৰুৱাই আন্তৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ যুব সাংবাদিকৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷ লণ্ডনৰ থমছন  ফাউণ্ডেচনে আগবঢ়াই অহা “জাৰ্নেলিজম নাও স্কুলাৰ” নামৰ এক প্ৰতিযোগিতাত অন্য দেশৰ বহুতো সাংবাদিকৰ লগতে মিহিকাই ও অংশগ্ৰহণ কৰিছিল ৷ কিন্তু মিহিকাই অন্য সাংবাদিকসকলক হৰুৱাই আন্তৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠত্ব সন্মান অৰ্জন কৰে ৷ শ্ৰেষ্ঠত্ব সন্মান লাভ কৰি মিহিকাই অসমৰ লগতে ভাৰতলৈ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here