আনুষ্ঠানিকভাবে বিজেপিত যোগদান বিশ্বজিৎ দৈমাৰীৰ

0
92

আনুষ্ঠানিকভাবে বিজেপিত যোগদান বিশ্বজিৎ দৈমাৰীৰ

দেওবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে বিশ্বজিত দৈমাৰীয়ে।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত
বিজেপিত যোগদান কৰে।এই সভাত উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস।লগতে এই অনুষ্ঠানতে বিজেপিত যোগদান কৰিলে ইমানুৱেল মুছাহাৰীয়েও।
ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ কৰিছিল বিশ্বজিত দৈমাৰীয়ে।
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here