Sunday, March 26, 2023
HomeAssameseআজি শ্রীশ্ৰী কৃষ্ণৰ ৰথ যাত্ৰা

আজি শ্রীশ্ৰী কৃষ্ণৰ ৰথ যাত্ৰা

আজি শ্রীশ্ৰী কৃষ্ণৰ ৰথ যাত্ৰা

 

মহানগৰীত শুক্ৰবাৰে উলিওৱা হয় শ্রীশ্ৰী কৃষ্ণৰ ৰথ যাত্ৰা। শ্রী কৃষ্ণৰ এই ৰথ যাত্ৰাত কেবাশ ভক্তৰ ভিৰ পৰিলক্ষিত হয়। গুৱাহাটীৰ অপচৰা চিনেমা হলৰ পৰা আৰম্ভ হৈ ছয়মাইল ,জয়ানগৰ হৈ জগন্নাথ মন্দিৰত এই যাত্ৰা সমাপ্ত হব ।

News Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments