আজি দৃশ্যমান হব বছৰৰ অন্তিমটো চন্দ্ৰগ্ৰহণ

0
132

আজি দৃশ্যমান হব বছৰৰ অন্তিমটো চন্দ্ৰগ্ৰহণ

আজি দৃশ্যমান হব বছৰটোৰ চতুৰ্থ তথা অন্তিম চন্দ্ৰগ্ৰহণ।ভাৰতৰ পৰাও সম্পূৰ্ণৰূপে দৃশ্যমান হব এই চন্দ্ৰগ্ৰহণ।এই চন্দ্ৰ গ্ৰহণক উপছায়া চন্দ্ৰগ্ৰহণ বুলি নামাকৰণ কৰা হৈছিল।চন্দ্ৰগ্ৰহণ ভাৰতৰ সময় অনুসৰি বিয়লি ১.০৪ বজাৰ পৰা আৰম্ভ হৈ সামৰণি হব সন্ধিয়া ৫.২২ বজাত।গ্ৰহণৰ মধ্যম অৱস্থা প্ৰাপ্ত হব দিনৰ ৩.১৩ বজাত।
গ্ৰহণৰ সময়ছোৱাত চন্দ্ৰটো গ্ৰাস হোৱাৰ পিছতে কিছু সময়ৰ বাবে আন্ধাৰে বিৰাজ কৰিব।শাস্ত্ৰ অনুসৰি এই গ্ৰহণক গ্ৰহণ হিচাপে মানি লোৱা নহয়। এই সময়ছোৱাত ধৰ্মীয় কামকাজত কোনো বাধা নাথাকে।জ্যোতিষীসকলৰ মতে চন্দ্ৰগ্ৰহণৰ সময়ত উৰ্বৰতা, মানৱ দেহত ছালৰ ৰোগ, হজম শক্তি তথা চকুৰ ওপৰত প্ৰভাৱ পৰাৰ কথা বিশ্বাস কৰা হয়।
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here