আজি অসম পাবহি কʼৰনাৰ ভেকচিন !

0
90

আজি অসম পাবহি কʼৰনাৰ ভেকচিন !

ভোগালী বিহুৰ প্ৰাকক্ষনত অসমবাসীৰ বাবে আহিছে এক ভাল খবৰ।আজি অসম পাবহি কʼৰনাৰ ভেকচিন। যিহেতু ১৬ জানুৱাৰীৰ পৰা দেশজুৰি আৰম্ভ হ’ব কোভিড ১৯ টীকাকৰণ অভিযান সমান্তৰালকৈ ৰাজ্য টো আৰম্ভ হ’ব টীকাকৰণ। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ বাবে আহি পাবহি কʼৰনাৰ ভেকচিন।
পুনেৰ পৰা স্পাইচজেটৰ আন এখন বিমানত গুৱাহাটী পাবহি ভেকচিনসমূহ ।গুৱাহাটীকে ধৰি বিভিন্ন ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছে কʼৰনাৰ ভেকচিন।
News Desk Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here