আজি অন্ত পৰিব পশ্চিম বংগৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান

0
244

 

আজি অন্ত পৰিব পশ্চিম বংগৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান

মঙলবাৰে অন্ত পৰিব পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ পৰ্যায়ৰ প্ৰচাৰ অভিযান ।
১ এপ্ৰিলত অনুষ্ঠিত হব ২য় পৰ্যায়ৰ ভোটগ্ৰহণ ।
২য় পৰ্যায়ৰ ভোটগ্ৰহণত সকলোৰে দৃষ্টি নিবদ্ধ আছে নন্দীগ্ৰাম আসন খন ত ।
নন্দীগ্ৰামত প্ৰতিদ্ধন্দিতা আগবঢ়াইছে পশ্চিমবংগৰ দুবাৰৰ মুখ্যমন্ত্ৰী তথা TMC নেতা মমতা বেনাৰ্জীয়ে ।
মমতা বেনাৰ্জীৰ বিৰুদ্ধে ঠিয় হৈছে এসময়ৰ মমতা বেনাৰ্জীৰ একান্ত অনুগত শূভেন্দু অধিকাৰীয়ে ।
শূভেন্দু অধিকাৰীয়ে TMC ৰ পৰা দলত্যাগ কৰি BJP ৰ হৈ প্ৰতিদ্ধন্দিতা আগবঢ়াইছে নন্দীগ্ৰামত ।
মঙলবাৰে আবেলি অন্ত পৰিব প্ৰচাৰ অভিযান ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here