আজিৰে পৰা ১৩ সংখ্যক এছিয়া কাপ

0
835

SPORTS DESK NE INDIA : ক্ৰিকেট অনুৰাগীসকলৰ উৎকন্থা আতৰাই আজিৰে পৰা ডুবাইত আৰম্ভ হব ১৩ সংখ্যক এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা । ২০১৮ বৰ্ষৰ এছিয়া কাপৰ  প্ৰথমখন খেলত আজি  অংশ লব বাংলাদেশ আৰু শ্ৰীলংকা দলে। ভাৰতে প্ৰতিযোগিতাৰ প্ৰথমখন খেল খেলিৱ ১৮ ছেপ্টেম্বৰৰ দিনা হংকং দলৰ সৈতে।উল্লেখযোগ্য যে, প্ৰতিযোগিতাখনত ভাৰতে চিৰবৈৰী পাকিস্তানৰ মুখামুখি হব ১৯ ছেপ্টেম্বৰত |

LEAVE A REPLY

Please enter your comment!
Please enter your name here