Friday, March 24, 2023
HomeAssameseআজিৰে পৰা লিডুত আৰম্ভ হল ভাগৱত পাঠ অনুষ্ঠানৰ

আজিৰে পৰা লিডুত আৰম্ভ হল ভাগৱত পাঠ অনুষ্ঠানৰ

মুখ্য পাথকী ৰূপে উপস্থিত থাকে যোৰহাটৰ দিহা সম্ৰাট কমলা গগৈ আৰু ধেমাজিৰ হৰিকান্ত দাস । উজনি অসমৰ অন্যতম আকৰ্ষণীয় নামঘৰ লিডু নামঘৰত বিশ্বশান্তিৰ কামনাৰে আজিৰে পৰা আৰম্ভ হল ভাগৱত পাঠ ও বাখ্যা অনুষ্ঠান।

পুৱা ৮:৩০ বজাত ধৰ্মধ্বজা উত্তোলনৰে লিডু কেন্দ্ৰীয় নামঘৰ পৰিচালনা সমিতিৰ সভাপতি তৰুণ গগৈয়ে কাৰ্যসূচী বন্তি প্ৰজ্বলন কৰে উদযাপন সমিতিৰ সভাপতি লোকনাথ কোঁৱৰে শুভাৰম্ভ কৰি।

ভাগৱতৰ অমৃতশ্বৰে এক ভক্তিময় পৰিবেশ সূচনাৰে লিডু কেন্দ্ৰীয় নামঘৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীয়ে অহা ৫ জুনলৈকে অনুষ্ঠিত হৈছে।

ইয়াৰ পিছতে ভাগৱত প্ৰতিষ্ঠা, নাম প্ৰসঙ্গ পিছতে অনুষ্ঠানৰ মূল আকষন ভাগৱত পাঠও বাখ্যা কাৰ্যসূচী শুভাৰম্ভ কৰা হয় ।মুখ্য পাঠেকী ও বাখ্যা কৰোতা ৰূপে দিহাসম্ৰাট কমলা গগৈ আৰু সংগীবৃন্দ উপস্থিত থাকে।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments