আজিৰে পৰা মাজুলীত পুনৰ আৰম্ভ হব ফেৰী সেৱা
ফেৰী চলাচলৰ বাবে আভ্যন্তৰীণ জল পৰিবহন ভিভাগৰ নিৰ্দেশ ।শনিবাৰৰ পৰা পুনৰ আৰম্ভ হল মাজুলীত ফেৰী সেৱা। ২৯ জুনৰ পৰা বন্ধ হৈ আছিল মাজুলী-নিমাতী ঘাট ফেৰী সেৱা। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱা বাবে বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। তিনিদিনৰ পিছত পুনৰ আজিৰে পৰা যাত্ৰীৰ বাবে মুকলি কৰি দিয়া হৈছে ফেৰী সেৱা।
News desk, Ne India News