আজিৰে পৰা দেশত আৰম্ভ ক’ভিড্ বুষ্টাৰ প্ৰদান

8

আজিৰে পৰা দেশত আৰম্ভ ক’ভিড্ বুষ্টাৰ প্ৰদান

আজিৰ পৰা দেশত বিনামূলীয়া ক’ভিড বুষ্টাৰ প্ৰদান । ৭৫ দিনৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে এই অভিযান। ১৮ পৰা ৫৯ বয়সৰ যিকোনো ব্যক্তিয়ে লব পাৰিব এই ডজ। ওচৰৰ চৰকাৰি স্বাস্থ্য কেন্দ্ৰত লব পাৰিব এই বুষ্টাৰ ড ‘জ। স্বাধীনতাৰ অমৃত মহোৎসৱ অধীনত আজিৰ পৰা সমগ্ৰ দেশৰ প্ৰাপ্তি বয়স্কৰ লোক সকলক বিনামূলীয়া কৈ বুষ্টৰ প্ৰদান কৰা হব। আজাৰা
স্বাস্থ্যকেন্দ্ৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি আনুষ্ঠানিক ভাবে মুকলি কৰিছে বুষ্টাৰ
ড’জ ৰ কাৰ্য সূচী। ৰাজ্য মুখ্য মন্ত্ৰী য়ে সকলো শ্ৰেণীৰ লোকক এই বুষ্টাৰ লৈ তেখেত সকলোক সুৰক্ষিত হৈ থাকিবলৈ অনুৰোধ জনাইছে। এই বুষ্টাৰ লোৱাৰ পিছত যথেষ্ট পৰিমাণে শাৰীৰিক ভাৱে শক্তি শালি হৈ থাকিব আৰু ক’ভিড্ ভাইৰাছে মানুহজনক ক্ষতি কৰিব নোৱাৰে ।

News Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here