আজিৰে পৰা অনুষ্ঠিত হৈছে ৩৭তম আন্তঃজিলা টাইকোৱানডো চেম্পিয়নশ্বিপ

12

আজিৰে পৰা অনুষ্ঠিত হৈছে ৩৭তম আন্তঃজিলা টাইকোৱানডো চেম্পিয়নশ্বিপG

আজিৰে পৰা আৰম্ভ হৈছে আন্তঃজিলা টাইকোৱানডো চেম্পিয়নশ্বিপ। নেহেৰু ষ্টেডিয়ামত All Assam taekwondo association-ৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিত বিভিন্ন জিলাৰ প্ৰতিযোগীসকল উপস্থিত থাকে। ৩৭ তম জুনিয়ৰ আন্তঃজিলা ল’ৰা আৰু ছোৱালীৰ টাইকোৱানডো চেম্পিয়নশ্বিপৰ শুভ উদ্বোধনীৰ দিনটোত Ne India News-ৰ টীম নেহৰু ষ্টেডিয়ামত উপস্থিত থাকি প্ৰতিযোগিতাখনিৰ সন্দৰ্ভত প্ৰতিযোগিতা অনুষ্ঠিত কৰা সংগঠকৰ অনুভৱৰ বুজ লয়।

News Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here