Tuesday, March 21, 2023
HomeAssameseআজিৰে পৰা অনুষ্ঠিত হৈছে ৩৭তম আন্তঃজিলা টাইকোৱানডো চেম্পিয়নশ্বিপ

আজিৰে পৰা অনুষ্ঠিত হৈছে ৩৭তম আন্তঃজিলা টাইকোৱানডো চেম্পিয়নশ্বিপ

আজিৰে পৰা অনুষ্ঠিত হৈছে ৩৭তম আন্তঃজিলা টাইকোৱানডো চেম্পিয়নশ্বিপG

আজিৰে পৰা আৰম্ভ হৈছে আন্তঃজিলা টাইকোৱানডো চেম্পিয়নশ্বিপ। নেহেৰু ষ্টেডিয়ামত All Assam taekwondo association-ৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিত বিভিন্ন জিলাৰ প্ৰতিযোগীসকল উপস্থিত থাকে। ৩৭ তম জুনিয়ৰ আন্তঃজিলা ল’ৰা আৰু ছোৱালীৰ টাইকোৱানডো চেম্পিয়নশ্বিপৰ শুভ উদ্বোধনীৰ দিনটোত Ne India News-ৰ টীম নেহৰু ষ্টেডিয়ামত উপস্থিত থাকি প্ৰতিযোগিতাখনিৰ সন্দৰ্ভত প্ৰতিযোগিতা অনুষ্ঠিত কৰা সংগঠকৰ অনুভৱৰ বুজ লয়।

News Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments